Bharator Buranji /Indian History /general knowledge questions answers/ ভাৰতৰ ইতিহাসৰ কিছুমান প্ৰশ্ন উত্তৰ/
Indian history Question Answer :
ভাৰতৰ ইতিহাসৰ কিছুমান প্ৰশ্ন উত্তৰ :
১/ হৰপ্পা সভ্যতাৰ আনটো নাম কি ?
উত্তৰ:- হৰপ্পা সভ্যতাৰ আনটো নাম হৈছে সিন্ধু উপত্যকাৰ সভ্যতা।
২/আৰ্যসকল ভাৰতৰ লৈ কেতিয়া আহিছিল?
উত্তৰ:-আৰ্যসকল ভাৰতৰ লৈ খ্ৰীষ্টপূৰ্ব ২০০০পৰা ১৫০০ৰ মাজত আহিছিল।
৩/আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?
উত্তৰ:- ব্ৰাহ্মণ, ক্ষেত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।
৪/মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ: ৰজা বিম্বিসাৰ ।
৫/চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহণ কৰিছিল?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ৩২১।
৬/আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোনো দেশৰ লোক আছিল?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ৩২৭ আৰু মেচিডনিয়া।
৭/শ্ৰেষ্ঠ মৌৰ্য সাম্ৰাত বা ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল?
উত্তৰ:-চন্দ্ৰগুপ্ত মৌৰ্য
৮/ ভাৰতৰ প্ৰথমজন কোন জন ৰজাক ঐতিহাসিক সম্ৰাট হিচাপে বিবেচনা কৰা হয়?
উত্তৰ:-চন্দ্ৰগুপ্ত মৌৰ্য
৯/ মৌৰ্য বংশৰ গুৰু হিচাপে কাক জনা যায়?
উত্তৰ:-মৌৰ্য বংশৰ গুৰু হিচাপে চাণক্যক চন্দ্ৰগুপ্তক জনা যায়।
১০/চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থ খনৰ নাম কি?
উত্তৰ:-অৰ্থশাস্ত ।
১১/ চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূত জনৰ নাম কি?
উত্তৰ:-মেগাস্হেনিছ , হৈছে চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূত ।
১২/অশোক কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ২৬১ ।
১৩/ অশোকক কোনে বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল?
উত্তৰ:-কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্ম প্ৰতি অনুপ্ৰাণিত কৰিছিল।
১৪/কোনো জন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰাইছিল?
উত্তৰ -উপগুপ্ত নামৰ ব্যক্তি জনে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰাইছিল।
১৫/গুপ্ত বংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?
উত্তৰ:-পাটলিপুত্ৰ আছিল গুপ্ত বংশৰ শাসনকালত মগধৰ ৰাজধানী ।
১৬/মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:-চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক।
১৭/অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতৰ কিমান ঠাইত পোৱা গৈছিল?
উত্তৰ:- অশোকৰ শিলালিপি আৰু তাম্ৰলিপিবোৰ ভাৰতৰ ৪৫ খন ঠাইত পোৱা গৈছিল।
১৮/, অশোকৰ শিলালিপিবোৰ কি ভাষাত লিখা হৈছিল?
উত্তৰ:-প্ৰাকৃত ভাষাত অশোকৰ শিলালিপিবোৰ লিখা হৈছিল ।
১৯/ কোন ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল?
উত্তৰ:-কুষাণ ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল।
২০/কণিষ্ক কোনটো বংশৰ লোক আছিল?
উত্তৰ:-কণিস্ক কুষাণ বংশৰ লোক আছিল।
২১/সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাসকলৰ নাম কি?
উত্তৰ:-সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাসকলৰ নাম হৈছে সমুদ্ৰগুপ্ত ।
২২/ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়?
উত্তৰ:-ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সমুদ্ৰগুপ্ত ।
২৩/ভাৰতৰ বুৰঞ্জীত কোনটো যুগক "সোণালী যুগ" আখ্যা দিয়া হয়?
উত্তৰ:-গুপ্তযুগক ভাৰতৰ বুৰঞ্জীত "সোণালী যুগ"বুলি আখ্যা দিয়া হয়।
২৪/গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?
উত্তৰ:-গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম অজন্তা গুহা চিত্ৰ ।
২৫/ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটোৰ নাম কি?
উত্তৰ:-ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটোৰ নাম হৈছে মৌৰ্যবংশ ।
২৬/বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?
উত্তৰ:-দ্বিতীয় চন্দ্ৰগুপ্তযে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল ।
২৭/ হৰ্ষবৰ্দ্ধন ৰাজত্বকালত ভাৰতৰ ভ্ৰমণ কৰা চীন পৰিব্ৰাজক জনৰ নাম কি আছিল?
উত্তৰ:-হৰ্ষবৰ্দ্ধন ৰাজত্বকালত ভাৰতৰ ভ্ৰমণ কৰা চীন পৰিব্ৰাজক জনৰ নাম হিউৱেন চাং আছিল ।
২৮/ বিশ্বৰ আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয হিচাপে ভাৰতৰ কোনোখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিবেচনা কৰা হয়?
উত্তৰ:- বিশ্বৰ আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয হিচাপে নালন্দা বিশ্ববিদ্যালয়ক ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয়ক হিচাপে বিবেচনা কৰা হয়।
২৯/ "হিন্দু নৱজাগৰণ" যুগ বুলি ভাৰত বুৰঞ্জীৰ কোনোটো যুগক কোৱা হয়?
উত্তৰ:- গুপ্তযুগক হিন্দু নৱজাগৰণ" যুগ বুলি ভাৰত বুৰঞ্জীৰ কোৱা হয়।
৩০/ইংলেণ্ডলৈ গৈ সম্ৰাটৰ মোকৰ্দমাৰ হৈ ওকালতি কৰা কাৰণে দিল্লীৰ মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ে এটি পুৰষ্কাৰ দিছিল । পুৰষ্কাৰটো কি আছিল?
উত্তৰ:-তেওঁক 'ৰাজা
৩১/পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:-
৩২/পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি আছিল?
উত্তৰ:-
৩৩/পাল ৰজাসকলে ৰাজধানী প্ৰতিষ্ঠা কৰা ঠাইখনৰ নাম কি?
উত্তৰ:-
৩৪/গৌতম বুদ্ধৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:-
৩৫/মহামতি আকবৰৰ ৰাজত্বকালত কোনো পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ ৰাজকীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ:-
৩৬/ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়?
Post a Comment